নিতালনিতুল

নিতি-নিয়ম (Deori) [ Roman: ni.ti.ni.yom]
Contributed by: Himasri Das on 2023-03-21
1. (Abstract Noun) A course of action, guiding principle, or procedure considered expedient, prudent, or advantageous ক্ষীপ্ৰ, সতৰ্ক বা সুবিধাজনক ৰূপে বিবেচিত এক কাৰ্য্যাৱলী, পথ নিৰ্দেশিকা বা প্ৰণালী

Contributed by: Himasri Das on 2023-03-21
2. (Abstract Noun) The passing down of elements of a culture from generation to generation, especially by oral communication. এটা প্ৰজন্মৰ পৰা তাৰ পিচৰ প্ৰজন্মলৈ ক্ৰমাগতভাৱে হোৱা সাংস্কৃতিক উপাদান সমূহৰ প্ৰবাহ, বিশেষকৈ মুখে-মুখে হোৱা

Contributed by: Himasri Das on 2023-03-21
3. (Abstract Noun) an act or a manner of proceeding in any action or process. কোনো কাৰ্য্য কৰিবৰ বা চলাবৰ ব্যবস্থা বা প্ৰণালী৷