সূতিকাশৌচসূত্ৰধাৰ

সূত্ৰ (Assamese) [ Roman: xut.ro]
1. (Abstract Noun) A conventionalized statement expressing some fundamental principle. কোনো প্ৰাথমিক পৰিঘটনা উপাপাদ্য বুজাবলৈ ব্যৱহাৰ কৰা সৰল উক্তি ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-11
2. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|