lunelunge

lung (English) [ IPA: ˈləŋ ASM: লাং]
Contributed by: Pallav Kr. Dutta on 2006-10-04
1. Anatomy(Material Noun-Neuter) Either of two pouch-like respiratory organs in the chest of vertebrates which serves to remove carbon dioxide and provide oxygen to the blood by successive compression and expansion. মেৰুদণ্ডী প্ৰাণীৰ বুকুত অৱস্থিত দুটা মোনাৰ নিচিনা শ্বাস-প্ৰশ্বাসৰ লগত জড়িত অঙ্গ, যি যথাক্ৰমে সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড আঁতৰায় আৰু অক্সিজেন যোগান ধৰে ৷

lung (Karbi)
Contributed by: DIPAK TUMUNG on 2008-02-15
2. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ

lung (Hmar)
Contributed by: judith keivom on 2009-01-06
3. Anatomy(Material Noun-Neuter) Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ