অনৱৰতঅপ-বিজ্ঞান

অপ (Assamese) [ Roman: o.po]
Contributed by: Anjali Sonowal on 2008-09-18
1. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-15
2. (Proper Adj.-Common) it is a prefix to mean false. Appearing as such but not necessarily so. দেখিবলৈ বা অনুভৱ কৰাত এক ধৰণৰ লগা, কিন্তু আচলতে তেনে নোহোৱাৰো সম্ভাৱনা থকা ৷