হিড়িম্বাহিয়া-কড়ি

হিয়া (Assamese) [ Roman: hi.ya]
Contributed by: Biraj Kumar Kakati on 2008-03-16
1. Anatomy(Material Noun-Neuter) Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ

Contributed by: Biraj Kumar Kakati on 2008-03-16
2. (Abstract Noun) Centre of thought, feeling and emotions মানুহৰ মন, অনুভূতি বা চিন্তাৰ কেন্দ্ৰ