fairyfaithful

faith (English) [ IPA: ˈfeɪθ ASM: ফেইথ]
1. (Abstract Noun) what one believes to be true. যিটো সত্য বুলি ভবা হয়৷

2. (Abstract Noun) the belief or faith in the ability of sb/sth কোনো বস্তু বা মানুহৰ সামৰ্থ্য সম্পৰ্কে বিশ্বাস বা আস্থা

3. (Abstract Noun) a set of spiritual beliefs that govern one's life মানুহৰ ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰা আধ্যাত্মিক বিশ্বাসৰ এক সমষ্টি