প্ৰত্যোদপ্ৰত্যয় জন্মা

প্ৰত্যয় (Assamese) [ Roman: prot.toy]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
1. (Abstract Noun) what one believes to be true. যিটো সত্য বুলি ভবা হয়৷

Contributed by: আবু মহম্মদ ফৰহাদ হুছেইন on 2010-03-30
2. (Verbal Noun) the act of making someone understand কিবা কথা বা বিষয়ে কাৰোবাক পতিয়ন নিয়া

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-10-17
3. Language-Linguistics(Abstract Noun) a word used like a preposition. বিশেষ্যৰ পাচত বিভক্তিৰ দৰে ব্যৱহাৰ হোৱা শব্দ৷