সঞ্চৰিতসঞ্জাতপুষ্প

সঞ্জাত (Assamese) [ Roman: xon.jat]
Contributed by: Biraj Kumar Kakati on 2009-04-15
1. (Abstract Noun) the belief or faith in the ability of sb/sth কোনো বস্তু বা মানুহৰ সামৰ্থ্য সম্পৰ্কে বিশ্বাস বা আস্থা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-16
2. (Proper Adj.-Common) Being changed over time so as to be stronger or more complete or more useful. সময়ৰ সৈতে পৰিৱৰ্তন হৈ আকাৰ, আকৃতি আদিৰ বৃদ্ধি হোৱা নতুবা বেছি ব্যৱহাৰযোগ্য হোৱা ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
3. (Verbal Adj.) Brought into life by birth. জন্ম হোৱা