সাৰ-সুৰসাৰংগিক
সাৰংগ (Assamese) [ Roman: sa.rong.go]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-09
Contributed by: Biraj Kumar Kakati on 2008-01-12
সাৰংগ (Assamese) [ Roman: sa.rong.go]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-09
1. Animal(Common Noun-Common) any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷
English: deer, stag,
Assamese: ঋষ্য, এণ, কুৰংগ, কুৰংগক, কুৰংগম, পহু, মৃগ, মৃগ পহু, ময়ু, শৰ, সাৰংগ, সুনয়ন, হৰিণ, হৰিণা, হৰিণা পহু,
Bodo: गनाय, मै, सान्ना ला,
Mising: dumdung,
Khasi: ka sier,
Garo: matchok, me.sam,
Meeteilon: shaji,
Mizo (Lushai): sakhi,
Karbi: ok-hi, thijok,
Kok-Borok: mwswi,
Hmar: sakhi, sazuk,
Nagamese: horin, huring, pohu, puhu,
Dimasa: misai, mosho,
Ao: metshe,
Hindi: बारहसिंही, मृग, मृगी, हिरण, हिरनी,
Bangla: মৃগ, হরিণ,
Tiwa: mos, mos baro, moss,
Deori: মেচি,
Tanchangya: sawnga,
TAI-Khamti: kang
d. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ...
Assamese: ঋষ্য, এণ, কুৰংগ, কুৰংগক, কুৰংগম, পহু, মৃগ, মৃগ পহু, ময়ু, শৰ, সাৰংগ, সুনয়ন, হৰিণ, হৰিণা, হৰিণা পহু,
Bodo: गनाय, मै, सान्ना ला,
Mising: dumdung,
Khasi: ka sier,
Garo: matchok, me.sam,
Meeteilon: shaji,
Mizo (Lushai): sakhi,
Karbi: ok-hi, thijok,
Kok-Borok: mwswi,
Hmar: sakhi, sazuk,
Nagamese: horin, huring, pohu, puhu,
Dimasa: misai, mosho,
Ao: metshe,
Hindi: बारहसिंही, मृग, मृगी, हिरण, हिरनी,
Bangla: মৃগ, হরিণ,
Tiwa: mos, mos baro, moss,
Deori: মেচি,
Tanchangya: sawnga,
TAI-Khamti: kang
Opp. Gender:
a. Common Noun-Feminine: doe, hind, কুৰংগী, কুৰঙ্গী, ভেলেঙী...Related Idea:
b. Common Noun-Common &/or Masculine: Axis porcinus, hog deer, খটীয়া পহু, সুগৰী পহু, সোগোৰা পহু...Super Idea:
c. Common Noun-Common: fawn, মৃগশাবক, মৃগশিশু, मै फिसा, ka sier khun...d. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ...
Contributed by: Biraj Kumar Kakati on 2008-01-12
2. Music(Common Noun) A stringed musical instrument akin to violin.
The word sarangi is derived from two Hindi words: sau (meaning "hundred") and rang (meaning "colour"). This is because the sound of the sarangi is said to be as expressive and evocative as hundred colours.
কেইবাদালো তাঁৰ থকা বেহেলাৰ সদৃশ বাদ্যযন্ত্ৰ বিশেষ । হিন্দী ভাষাৰ `শ` আৰু `ৰঙ্গ` শব্দ দুটা ল`গ লাগি `সাৰংগী` বা `সাৰঙ্গী` শব্দটোৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয় । সাৰংগীৰ শব্দ ১০০ বিধ ৰঙৰ সমান মনস্তুতিদায়ক আৰু অৰ্থবহুল বুলি কোৱা হয় - এতেকে সেই নাম ।