খিচিৰি (Assamese) [ Roman: khi.si.ri]
    Contributed by: Bikram M Baruah on 2008-04-22
    1. (Verbal Noun) the product of a mixing process. মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।
    Contributed by: Bikram M Baruah on 2008-04-22
    2. Cuisine-Food(Material Noun-Neuter) mixture of rice and daal (sometimes with potato and other vegitables) cooked together with ghee/oil and spices. চাউল আৰু দাইল একেলগে ঘিঁউ বা তেলত মছলা আদি দি সিজোৱা আহাৰ৷ কেতিয়াবা চাউল দাইলৰ লগত আলু বা আন পাছলিও দিয়া হয়৷