কঞ্জ (Assamese) [ Roman: kon.jo]
    Contributed by: Biraj Kumar Kakati on 2008-02-07
    1. Flowers(Common Noun-Neuter) An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes. ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
    2. (Proper Noun-Masculine) One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe. জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷