ঔ (Assamese) [ Roman: o'u]
Loading AI analysis...
	Loading Wikipedia extract...
	Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-09-23
1. Vegetables(Common Noun) an evergreen shrub or tree found in Asia that bears a fruit with multiple layers of skin with an edible, sour pulp inside    এচিয়া মহাদেশত বিশেষকৈ পোৱা এক চিৰসেউজ উদ্ভিদ৷ তৰপে তৰপে বাকলি থকা এবিধ টেঙা ফল ধৰে৷
Contributed by: Partha P Sarmah on 2007-09-23
2. (Abstract Noun) a heavy strok of the fist on the back of a human being.   পিঠিত জোৰকৈ মৰা ভুকু, কিল,ঢকা বা মাৰ৷ (সাধাৰণতে সৰু লৰা ছোৱালীক ভয় খুৱাবলৈ কিন্তু অলপ ধেমেলীয়া সুৰত কোনো কোনোৱে ব্যৱহাৰ কৰে৷ যেনে: কথা নুশুনিলে আজি পিঠিত ঔ পৰিব দেই!) 
 
        