hawkerhawodhan
hawng (Mizo (Lushai)) [ IPA: hawng]
Contributed by: Parthajyoti Buragohain on 2024-11-25
hawng (Hmar)
Contributed by: LALREMTHANG HMAR on 2009-01-30
English: candid, frank, ingenuous, open, outspoken, proclaimed, straight-forward,
Assamese: অকপট, অকপটী, অকপটীয়া, অহৌ-হৌৱা, আশাশুধীয়া, উদাৰচিতীয়া, উদি, উন্মুক্ত, এহাশুধীয়া, কপট-শূন্য, খাৰাংখাচ, খোলা, খৰংখচ্, নিকপটীয়া, পোনপটীয়া, ফলাও, বম-ভোলা, বিমুকুত, ভংভঙীয়া, ভংভঙ্গীয়া, ভলভলীয়া, মুকলি, সঢলনি, সণ্ঢালনীয়া, স্পষ্টবাদী, হকহকীয়া, হলহলীয়া, হুৰহুৰীয়া, হৰহৰীয়া,
Bodo: गुरै गोरलै, थाला थुला, रोखा, सादा सिदा,
Mising: isir-eser,
Khasi: ba shai,
Hmar: hawng,
TAI-Ahom: কী, কে, চাই চিঙ্,
Nepali: स्पष्टवादी,
Deori: বং-বঙিয়া
hawng (Mizo (Lushai)) [ IPA: hawng]
Contributed by: Parthajyoti Buragohain on 2024-11-25
1. (Verb-Trans.) to remove the cover or separate the doors to become accessable ঢাকনি আঁতৰাই দে বা ভিতৰলৈ সোমাবলৈ দুৱাৰৰ পাত আঁতৰা
hawng (Hmar)
Contributed by: LALREMTHANG HMAR on 2009-01-30
2. (Proper Adj.-Common) Saying what one thinks without hiding. অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)