শয়ন (Assamese) [ Roman: xo.yon]
    Contributed by: Biraj Kumar Kakati on 2007-07-06
    1. (Abstract Noun) the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness. নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-29
    2. (Verbal Noun) the act or mode of sleeping নিদ্ৰা যোৱা কাৰ্য্য বা তাৰ ধৰণ