পুষ্কৰ (Assamese) [ Roman: pus.kor]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
b. Proper Noun: অব্জিনীকমলিনীপছম-বনপদুমণিpamibarling...
c. Common Noun-Neuter: nenupharwater lilyউত্পলউৎপলকুমুদ...
1. Flowers(Common Noun-Neuter) An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes. ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
English:
Assamese:
Bodo:
Garo:
Meeteilon:
Bishnupriya Manipuri:
Karbi:
Nagamese:
TAI-Ahom:
Hindi:
Bangla:
TAI-Khamti:
Related Idea:
a. Material Noun-Neuter: ক্ৰৌঞ্চাদনপদুমৰ নলাপদ্মনালপদ্মপলাশমৃণাল...b. Proper Noun: অব্জিনীকমলিনীপছম-বনপদুমণিpamibarling...
c. Common Noun-Neuter: nenupharwater lilyউত্পলউৎপলকুমুদ...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. (Abstract Noun) the atmosphere and outer space as viewed from the earth ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদিAssamese:
অক্ষৰ অনঙ্গ অভ্ৰ অভ্ৰক অম্বৰ অম্বৰীষ আকাশ উড়ুপথ ক্ৰন্দসী খ গগন ঘনবীথি ঘনাশ্ৰয় ত্ৰিদিৱ ত্ৰিপিষ্টপ ত্ৰিবিষ্টপ তৰাপথ দেৱপথ দ্যু দ্যুলোক দ্যো দ্যৌ নভ নভঃ নভস নভস্থল নাক নীলিমা পুষ্কৰ পুৰৱৰ্ত্ম পৱনপথ পৱনমাৰ্গ বায়ুপথ বায়ুৱৰ্ত্ম বিমান বিহায় বিয়ৎ ব্যোম মহাবিল মেঘবৰ্ত্ম মেঘাবেশ্ম মেঘাস্পদ মেঘৱৰ্ত্ম মৰুদ্বৰ্ত্ম লোকালোক শূন্যতল সুৰপথ সুৰবৰ্ত্ম ৰোদঃ ৰোদসী
Khasi:
Bishnupriya Manipuri:
Mizo (Lushai):
Hmar:
Dimasa:
TAI-Ahom:
Bangla:
Rabha:
Deori:
Hajong:
TAI-Phake:
TAI-Khamti:
TAI-Turung:
Singpho:
Adi Bokar:
