Items in Creepers
1. LegalTechnology-EngineeringCreepersAbstract NounGeometry(-) Place holder for words with no Idea/Meaning
2. Creepers(Common Noun-Common) A aromatic flower that blossoms in the Spring. বসন্ত কালত অতি সুগন্ধি ফুল ধৰা এবিধ বনৰীয়া লতা৷
3. Creepers(Common Noun-Neuter) a legume which is used for animal fodder and human nutrition, especially in Brazil. It is also the source of concanavalin A. দীঘম ছেঁইৰ ভিতৰত গুটি ধৰা এবিধ মাহ-জাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি মানুহ আৰু জন্তুৰ আহাৰ হিছাপে ব্যৱহাৰ কৰা হয়৷
4. Creepers(Common Noun-Common) Crescentia cujete, commonly known as the Calabash Tree, is species of flowering plant that is native to Central and South America. It is the national tree of St. Lucia. পশ্চিম বঙ্গৰ লোক সংগীতত ব্যৱহৃত একতাৰা নামৰ বাদ্য ইয়াৰ পৰাই তৈয়াৰ কৰে৷
5. Creepers(Common Noun-Common) a vine with red flower clusters which is native to tropical Asia.
Assamese: মধু মালতি,
Bodo: लाथा बिबार
6. Creepers(Common Noun-Neuter) a kind of creeper plant, the bark and the roots of which are used traditionally in Assam with betel nut (a type of `chali`). It is also used in China as a traditional natural medicine for wound healing. এবিধ লতাজাতীয় উদ্ভিদ যাৰ ছাল আৰু শিপা তামোলৰ সৈতে চালিৰূপে ব্যৱহাৰ কৰা হয়৷ চীনদেশত এই গছৰ ছাল আৰু শিপা পৰম্পৰাগত প্ৰাকৃতিক ঔষধৰূপে ঘা শুকুৱাবলৈ ব্যৱহাৰ কৰা হয়৷
7. Creepers(Common Noun-Neuter) A creeper plant, the leaves of which are used traditionally in Assam as `chali` with betel nut. The extract of the leaves is also used for the treatment of cough, dysentery, fever, joint pain, rheumatic pain and diseases of the skin. এবিধ লতাজাতীয় উদ্ভিদ যাৰ পাত তামোলৰ সৈতে চালিৰূপে ব্যৱহাৰ কৰা হয়৷ এই গছৰ পাতৰ ৰস কাহ, হাগনি, জ্বৰ, গাঁঠিৰ বিষ, বাত বিষ আৰু ছালৰ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়৷
8. Creepers(Common Noun-Neuter) A creeper plant, the ground leaves of which are applied as a layer over the wound as a treatment in traditional natural medicine. এবিধ লতাজাতীয় উদ্ভিদ, যাৰ পাত থেতেলিয়াই ঘা শুকুৱাবলৈ প্ৰলেপৰূপে ব্যৱহাৰ কৰা হয়৷
9. Creepers(Common Noun-Neuter) A creeper plant, the bark of which is traditionally taken with betel nut in Assam. It is in the list of traditional medicine in Thailand and the powder prepared from the stem of the plant is used as a herbal medicine for rheumatic pain and muscular pain. এইবিধ লতাজাতীয় উদ্ভিদৰ ছাল তামোলৰ সৈতে চালিৰূপে খোৱা হয়৷ ই থাইলেণ্ডত ৰাষ্ট্ৰীয় পৰম্পৰাগত ঔষধৰ তালিকাভূক্ত৷ সেই দেশত পেশী আৰু বাতবিষৰ চিকিৎসাৰ বাবে এই লতাৰ কাণ্ডৰ গুড়ি এক বলৌষধিৰূপে ব্যৱহৃত হয়৷