moi (Kok-Borok)
moi (Nagamese)
Contributed by: Temsunungsang T on 2008-03-01
2. (Pronoun-Common) refers to the speaker himself/herself. বক্তাজনে তেওঁকে/তাইকে (নিজকে) বুজোৱা শব্দ|
moi (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-12
3. (Material Noun-Neuter) a bamboo contrivance used for dragging the harrow over tilled soil by means of cattle. ভলুকা বাঁহৰ দুইমূৰে আখি থকা এডাল দীঘল সৰু বাঁহ৷ তাৰ এটামূৰ টকাৰ দৰে ফালি তাৰ মূৰদুটা মৈৰ লগত সংযোগ কৰা হয় আৰু আনটোমূৰ যুৱলিত লগাই মাটি সমান কৰা এবিধ সঁজুলি৷