cover (English) [ IPA: ˈkəvər ASM: কভাৰ]
Contributed by: Swapnita Kakati on 2006-08-28
1. (Verb-Trans.) to prevent from being seen or discovered দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
Contributed by: Bikram M Baruah on 2010-11-22
2. (Material Noun-Neuter) a cover of a vessel or box কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি
Contributed by: ৰূপকমল on 2006-08-28
3. (Verb-Trans.) to cover or surround sth with some material কিবা বস্তুৰে কিহবাক আবৰি পেলা
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-28
4. (Abstract Noun) The quality or condition of being covered from the view of others. আনৰ দৃষ্টিৰ পৰা আঁতৰত ৰখা গুণ বা অৱস্থা|
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-08-28
5. (Material Noun-Neuter) a piece of clothe to cover quilt, mattress, or cushion. লেপ, তুলী আদিৰ ওপৰত পুনৰ ঢাকি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰ৷
Assamese:
Bodo:
Nagamese:
Contributed by: Biraj Kumar Kakati on 2006-08-28
6. (Material Noun-Neuter) Anything that veils, screens, or shuts from sight. কোনো বস্তু ঢাকিবলৈ ব্যৱহাৰ কৰা আন বস্তু।
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
7. (Material Noun-Neuter) covering of a printed book ছপা কিতাপ ঢকা তুলাপাত বা ডাঠ কাগজৰ ঢাকনি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-20
8. (Material Noun-Neuter) a screen or covering made of dry coarse grass কোনো ঠাইত আঁৰ দিয়াৰ বাবে সজা শুকান খেৰ বা ঘাঁহৰ বেৰ বা ঢাকোন