bag (English) [ IPA: ˈbæg ASM: বেগ]
    Contributed by: Rituraj Saikia on 2006-08-29
    1. (Material Noun-Neuter) a flexible container with a single opening. এফালে মুখ থকা, বস্তু ভৰাই লৈ যাব পৰা এবিধ যতন (সাধাৰণতে ডাঠ কাপোৰেৰে তৈয়াৰী)

    bag (Nagamese)
    Contributed by: Mousumi Konwar on 2023-05-02
    2. Animal(Common Noun) A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes. পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ