পৃথক (Assamese) [ Roman: pri.thok]
    adv: পৃথককৈ
    Contributed by: Bikram M Baruah on 2007-04-08
    Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
    1. (Proper Adj.-Neuter) Not the same as another or each other; unlike in nature, form, or quality. এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷