miscarriagemischievous
miscellaneous (English) [ IPA: ˌmɪsəˈleɪniːəs ASM: মিচিলেনিয়াচ]
Contributed by: Atul Ch. Kakoti on 2010-10-27
English: miscellaneous, various, varried,
Assamese: অনেক প্ৰকাৰ, অনেকবিধ, কত কি, কত প্ৰকাৰ, কত ৰকম, কতো, তৰহে-তৰহে, নানা, নানাতৰহ, নানান, নানাপ্ৰকাৰ, নানাবিধ, নানাৰকম, বহুপ্ৰকাৰ, বহুবিধ, বহুৰকম, বাৰেকুৰি, বাৰেমিহলি, বাৰেৰহণীয়া, বিধে-বিধে, বিবিধ, বিবিধপ্ৰকাৰ, বিভিন্ন, বেবেজীয়া, ভিন-ভিন, সান-মিহলি, হৰেকৰকম,
Bodo: बायदि रोखोम, बायदि रोखोमनि,
Mising: jate-rokom,
Dimasa: gibin gibin,
Bangla: অনেক রকম, নানাবিধ, নানারকম, বহু প্রকার, বিভিদ, বিভিন্ন, হরেকরকম,
Nepali: नाना थरि, बिभिन्न, विविध,
Deori: অমচ্চাৰে, বাৰে-বঙলুৱা, বাৰেকুৰি, লাচি-বাচি, য়াৰাবা
miscellaneous (English) [ IPA: ˌmɪsəˈleɪniːəs ASM: মিচিলেনিয়াচ]
Contributed by: Atul Ch. Kakoti on 2010-10-27
Ref: Pronouncing Anglo-Assamese Dictionary by Suddhartha Barua, ed. Dr. Hiren Gohain
1. (Proper Adj.-Common) having differing characteristics বহু প্ৰকাৰৰ গুণ-বিশিষ্টAssamese: অনেক প্ৰকাৰ, অনেকবিধ, কত কি, কত প্ৰকাৰ, কত ৰকম, কতো, তৰহে-তৰহে, নানা, নানাতৰহ, নানান, নানাপ্ৰকাৰ, নানাবিধ, নানাৰকম, বহুপ্ৰকাৰ, বহুবিধ, বহুৰকম, বাৰেকুৰি, বাৰেমিহলি, বাৰেৰহণীয়া, বিধে-বিধে, বিবিধ, বিবিধপ্ৰকাৰ, বিভিন্ন, বেবেজীয়া, ভিন-ভিন, সান-মিহলি, হৰেকৰকম,