নাওkm km (Assamese) [ Roman: nau]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-09-01
    1. (Abstract Noun) A language unit (word or phrase) by which a person or thing is known. কোনো মানুহক বা বস্তুক জানিবৰ নিমিত্তে ব্যবহাৰ কৰা শব্দ৷
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
    2. (Material Noun-Neuter) a vessel for transport by water, constructed to provide buoyancy by excluding water and shaped to give stability and permit propulsion. পানীত চলাব পৰা এক বাহন, যাক এনেদৰে নিৰ্মাণ কৰা হয়, যাতে ই পানীত ওপঙি থাকে আৰু ইয়াক পানীৰ ওপৰেৰে আগুৱাই লৈ যাব পাৰি ৷