নুঁ (Deori) [ Roman: nun]
    Contributed by: Himasri Das on 2023-03-24
    1. (Material Noun-Neuter) a vessel for transport by water, constructed to provide buoyancy by excluding water and shaped to give stability and permit propulsion. পানীত চলাব পৰা এক বাহন, যাক এনেদৰে নিৰ্মাণ কৰা হয়, যাতে ই পানীত ওপঙি থাকে আৰু ইয়াক পানীৰ ওপৰেৰে আগুৱাই লৈ যাব পাৰি ৷