অপদস্থকৰণ (Assamese) [ Roman: o.po.dos.tho.ko.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
c. Verb-Trans.: abusehumiliateঅপদস্থ কৰ্অৱমাননা কৰ্নাকনি-কাণনি কৰ্...
d. Verbal Adj.: disgracedinsultedঅপদস্থঅপমানিতনাকাল...
f. Abstract Noun: reproachকদুক্তিভৎসনাka jingmai...
1. (Verbal Noun) treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate. লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
English:
Assamese:
অপদস্থকৰণ অপমান অমৰ্যতা অমৰ্যদা অমৰ্যাত অমৰ্যাদা অমৰ্য্যতা অমৰ্য্যদা অমৰ্য্যাত অসন্মান অসম্ভ্ৰম ইতিকিং ইয়াৰ্কি উপলুঙা উপহাস উপালম্ভ উপেক্ষা ককৰ্থনা কদৰ্থনা কাটিহা কুত্সা কেহটালি কেহেটালি খটা খেজালনি খেনি গঞ্জনা গালি গোৰ্হাল গ্লানি গৰ্হণ গৰ্হণা গৰ্হাল চুপতি চৰ্ব্বটি জোকোৱা টিটকাৰি ঠাট্টা ঠাট্টা-মস্কৰা তাচ্ছিল্য তিৰস্কাৰ থাতথা bo দপালনি দু্ৰ্ভোগ দুৰ্বচন দুৰ্বাক্য নিন্দা পেংলাই পৰিহাস বিকৰ্থনা বিগতি বিদ্ৰুপ বেইজ্জতি ভকৰা মাত ভৰ্ছনা ভৰ্ত্সনা মস্কৰা লঘুকৰণ লণ্ডাটিকা লাঞ্ছনা শলামাত হাঁহিয়াত হেকান
Bodo:
Mising:
Khasi:
Garo:
Meeteilon:
Hmar:
Dimasa:
TAI-Khamti:
Nishi:
Antonyms:
a. Abstract Noun: complimentepithetesteemhonorhonour...Different POS:
b. Proper Adj.-Common &/or Masculine: ridiculedতিৰস্কৃতনিন্দিতবিনিন্দিত...c. Verb-Trans.: abusehumiliateঅপদস্থ কৰ্অৱমাননা কৰ্নাকনি-কাণনি কৰ্...
d. Verbal Adj.: disgracedinsultedঅপদস্থঅপমানিতনাকাল...
Related Idea:
e. Abstract Noun: embarrassmentmortificationshameচন্দুৱালিছৰম...f. Abstract Noun: reproachকদুক্তিভৎসনাka jingmai...
Contributed by: Biraj Kumar Kakati on 2012-04-10
2. Legal(Abstract Noun) The act of inflicting injury to the good reputation to the good reputation of another কোনো মিছা কথা বা অযুক্তিকৰ কথাৰে কাৰোবাৰ মান-সন্মানত আঘাট দিয়া কাৰ্য৷