অপগা (Assamese) [ Roman: o.po.ga]
    Contributed by: Biraj Kumar Kakati on 2008-04-03
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. Geology(Material Noun-Neuter) A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries. সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।