সাহজিকসাহস

সাহন (Assamese) [ Roman: xa.hon]
Contributed by: Biraj Kumar Kakati on 2008-08-25
1. (Material Noun-Neuter) Something owned; any tangible or intangible possession that is owned by someone. নিজৰ অধিকাৰত থকা মূল্যৱান বস্তসমূহ ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-31
2. (Material Noun-Neuter) the property that one gets as birth-right from his forefathers. যি সম্পদ জন্মগত অধিকাৰ হিছাপে পূৰ্বপুৰুষৰ পৰা লাভ কৰে / পিতৃৰ পৰা তেওঁৰ সন্তানে পোৱা বা সন্তানক দিয়া টকা-পইচা, মাটি-বাৰী, ঘৰ-দুৱাৰ আদি সম্পত্তি৷