ancestorancha masainjik
ancestral (English) [ IPA: ænˈsestrəl ASM: এনচে্চষ্ট্ৰেল]
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-04
English: ancestral,
Assamese: কৌলিক, পৈতৃক, বংশানুগত, বাপতি, বাপতীয়া, সাত-পুৰুষীয়া, সাতাম পুৰুষীয়া,
Deori: হাতাম-পুৰুহিয়া
ancestral (English) [ IPA: ænˈsestrəl ASM: এনচে্চষ্ট্ৰেল]
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-04
1. (Proper Adj.) obtaining from or related to one's forefathers পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়