বাপতি-সাহনবাপতীয়া

বাপতিসাহোন (Assamese) [ Roman: ba.po.ti.xa.ho’n]
alt: বাপতি-সাহন
1. (Material Noun-Neuter) the property that one gets as birth-right from his forefathers. যি সম্পদ জন্মগত অধিকাৰ হিছাপে পূৰ্বপুৰুষৰ পৰা লাভ কৰে / পিতৃৰ পৰা তেওঁৰ সন্তানে পোৱা বা সন্তানক দিয়া টকা-পইচা, মাটি-বাৰী, ঘৰ-দুৱাৰ আদি সম্পত্তি৷