মেঘনামেঘবাহন

মেঘনাদ (Assamese) [ Roman: megh.nad]
Contributed by: Himjyoti Talukdar on 2009-04-03
1. (Abstract Noun) a loud, explosive, resounding noise produced by the explosive expansion of air heated by a lightning discharge. বিজুলী সঞ্চাৰে বায়ুক উত্তাপিত কৰাৰ ফলত হোৱা বিস্ফোৰণে সৃষ্টি কৰা অতি ডাঙৰ, প্ৰতিধ্বনিত শব্দ।

Contributed by: Atul Ch. Kakoti on 2009-09-09
2. (Proper Noun-Masculine) A son of Ravana, who fought against the Rama amidst from the clouds. ৰাৱনৰ এজন পুত্ৰ ৷ মেঘৰ মাজত লুকাই যুদ্ধ কৰিব পাৰিছিল বাবে তেওঁক মেঘনাদ বুলিও জনা যায়৷ এওঁ ৰাম ৰাৱনৰ যুদ্ধত লক্ষ্মনৰ হাতত মৃত্যু হয় ৷