ইন্দ্ৰজিতেইন্দ্ৰদাৰু

ইন্দ্ৰজিৎ (Assamese) [ Roman: in.dro.jit]
Contributed by: Atul Ch. Kakoti on 2009-09-09
1. (Proper Noun-Masculine) A son of Ravana, who fought against the Rama amidst from the clouds. ৰাৱনৰ এজন পুত্ৰ ৷ মেঘৰ মাজত লুকাই যুদ্ধ কৰিব পাৰিছিল বাবে তেওঁক মেঘনাদ বুলিও জনা যায়৷ এওঁ ৰাম ৰাৱনৰ যুদ্ধত লক্ষ্মনৰ হাতত মৃত্যু হয় ৷