মেঘনাদমেঘবোৰে

মেঘবাহন (Assamese) [ Roman: megh.ba.hon]
Contributed by: Anjali Sonowal on 2010-10-19
1. (Proper Noun-Masculine) The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism. স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-04
2. Historial(Proper Noun-Masculine) Meghbhahan of Kashmir during first century AD married to Amritprabha, daughter of Assam king. ১ম শতিকাৰ বৰ্তমান কাশ্মীৰৰ এজন ৰজা৷ তেওঁৰ পত্নী অমৃতপ্ৰভা অসমৰ জীয়ৰী বুলি কথিত৷ সয়ন্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল৷ বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়৷ পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহন কৰে৷ অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে `অমৃত ভৱন` নামৰ এক বিহাৰ স্থাপন কৰিছিল৷
English: Meghabhahan,
Assamese: মেঘবাহন