মুকচামুকলি কৰ্

মুকলি (Assamese) [ Roman: mu.ko.li]
adv: মুকলিভাৱে
Contributed by: Ujjwal Saikia on 2006-03-17
1. (Proper Adj.-Common) Saying what one thinks without hiding. অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)

2. (Proper Adj.-Common) enjoying personal rights or liberty, as a person who is not in slavery (দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা

Contributed by: Biraj Kumar Kakati on 2006-03-17
3. (Verbal Adj.) [a] free of obstructions to sight, movement, or internal arrangement [b]set so as to permit passage through the opening it can be used to close. (ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা (খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া

মুকলি (Deori) [ Roman: mu.ko.li]
Contributed by: Himasri Das on 2023-03-22
4. (Verbal Adj.) [a] free of obstructions to sight, movement, or internal arrangement [b]set so as to permit passage through the opening it can be used to close. (ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা (খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া