উদঁতীয়াউদং মেল্

উদং (Assamese) [ Roman: u.dong]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
1. (Proper Adj.-Neuter) Not filled or occupied ভৰি থকা নাই বা ঠাই অধিকাৰ কৰা নাই

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-15
2. (Proper Adj.-Common) without clothes or covering কাপোৰ বা আৱৰণ নথকা

উদং (Deori) [ Roman: u.dong]
Contributed by: Harshita Hazarika on 2022-11-14
3. (Verbal Adj.) [a] free of obstructions to sight, movement, or internal arrangement [b]set so as to permit passage through the opening it can be used to close. (ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা (খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া