বাগ-ননেবাগ-নিমায়া

বাগ-নমা (Deori) [ Roman: bag.no.ma]
Contributed by: Himasri Das on 2023-03-12
1. Number Theory(Abstract Noun) the operation inverse to multiplication; the finding of a quantity, the quotient, that when multiplied by a given quantity, the divisor, gives another given quantity, the dividend; the process of ascertaining how many times one number or quantity is contained in another. পূৰণৰ বিপৰীত ক্ৰিয়া; ভাগফল নিৰ্ণয় কৰা, যাৰ সৈতে ভাজকক পূৰণ কৰিলে ভাজ্য পোৱা যায়; এটা সংখাত আন এটা সংখ্যা কিমানবাৰ সোমাই আছে, তাক নিশ্চিত কৰা এক প্ৰক্ৰিয়া