रान्नानै होराफुनाय सम

रान्नाय (Bodo) [ Roman: ran.nai]
Contributed by: Karishma Boro on 2023-02-10
1. (Abstract Noun) Divide into parts, pieces, or sections; basically used for partition of inheritance কোনো সম্পত্তি ভগাই দিয়া কাৰ্য্য; সাধাৰণতে পৈতৃক সম্পত্তি আদি ভগাই দিয়া বুজায় ।

Contributed by: Karishma Boro on 2023-04-04
2. (Abstract Noun) the act of distributing; the position, arrangement, or frequency of occurrence (as of the members of a group) over an area or throughout a space or unit of time বিলোৱা কাৰ্য্য; কোনো এক এলেকাৰ ভিতৰত বা একক সময়ত (এটা গোট বা দলৰ সদস্য সকলৰ) অৱস্থান, বিন্যাস বা অৱস্থিতিৰ মাত্ৰা

Contributed by: Karishma Boro on 2023-04-04
3. Number Theory(Abstract Noun) the operation inverse to multiplication; the finding of a quantity, the quotient, that when multiplied by a given quantity, the divisor, gives another given quantity, the dividend; the process of ascertaining how many times one number or quantity is contained in another. পূৰণৰ বিপৰীত ক্ৰিয়া; ভাগফল নিৰ্ণয় কৰা, যাৰ সৈতে ভাজকক পূৰণ কৰিলে ভাজ্য পোৱা যায়; এটা সংখাত আন এটা সংখ্যা কিমানবাৰ সোমাই আছে, তাক নিশ্চিত কৰা এক প্ৰক্ৰিয়া

Contributed by: Karishma Boro on 2023-09-26
4. (Verb-Trans.) to give something for a purpose কোনো উদ্দেশ্য আগত ৰাখি দে