পৰিচয়হীনপৰিচৰ্যা

পৰিচৰ (Assamese) [ Roman: po.ri.sor]
Contributed by: Bikram M Baruah on 2006-07-06
1. (Common Noun-Common) one who serves others for monetary compensation. ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-06
2. (Common Noun-Common) one that serves food or drink; the player who serves (as in tennis); something used in serving food or drink; one that serves legal processes upon another আহাৰ বা পানীয় পৰিৱেশন কৰা লোক; (টেনিছ খেলত) বলটো প্ৰথমে প্ৰতিপক্ষলৈ মাৰি পঠিওৱা খেলুৱৈজন; খাদ্য বা পানীয় পৰিৱেশন কৰিবলৈ ব্যৱহৃত সঁজুলি বা হেতা; আনৰ বিৰুদ্ধে মোকৰ্দ্দমা চলোৱা ব্যক্তি