পৰিচায়কপৰিচাৰিকা

পৰিচাৰক (Assamese) [ Roman: po.ri.sa.rok]
fm: পৰিচাৰিকা
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-06
1. (Common Noun-Common) one that serves food or drink; the player who serves (as in tennis); something used in serving food or drink; one that serves legal processes upon another আহাৰ বা পানীয় পৰিৱেশন কৰা লোক; (টেনিছ খেলত) বলটো প্ৰথমে প্ৰতিপক্ষলৈ মাৰি পঠিওৱা খেলুৱৈজন; খাদ্য বা পানীয় পৰিৱেশন কৰিবলৈ ব্যৱহৃত সঁজুলি বা হেতা; আনৰ বিৰুদ্ধে মোকৰ্দ্দমা চলোৱা ব্যক্তি

Contributed by: Partha P Sarmah on 2006-07-06
2. (Common Noun-Feminine) a woman who invites/welcomes, entertains or takes care of guests. অতিথি (কোনো ঠাইত যাত্ৰীৰ) সেৱা কৰা(ৰ বাবে নিযুক্ত)মহিলা৷