চোৰাংকৈচোৰাণি

চোৰাংচোৱা (Assamese) [ Roman: so’.rang.so’.wa]
Contributed by: Bikram M Baruah on 2007-03-27
1. (Common Noun-Common) an agent employed by a state to obtain secret information from an enemy state or rebel groups শত্ৰু দেশ বা বিদ্ৰোহী শিবিৰৰ বিষয়ে গোপন তথ্য আহৰণ কৰাৰ কাৰণে ৰাষ্ট্ৰই নিযুক্তি দিয়া লোক

Contributed by: Bikram M Baruah on 2007-03-27
2. (Common Noun-Common) a police officer who (secretly) gathers evidence to prove a crime যিকোনো অপৰাধ সংক্ৰান্তীয় সাক্ষ্য গোপনে সংগ্ৰহ কৰা আৰক্ষী বিষয়া