চয়াবিনচৰ মাৰ্

চৰ (Assamese) [ Roman: sor]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-02-16
1. (Common Noun-Common) an agent employed by a state to obtain secret information from an enemy state or rebel groups শত্ৰু দেশ বা বিদ্ৰোহী শিবিৰৰ বিষয়ে গোপন তথ্য আহৰণ কৰাৰ কাৰণে ৰাষ্ট্ৰই নিযুক্তি দিয়া লোক

Contributed by: ৰূপকমল on 2007-02-16
2. (Abstract Noun) a quick hit with the flat part of the hand or other flat object. হাতৰ তলুৱাৰে হঠাৎ (গালত) আঘাত কৰ্।
English: slap,
Assamese: চৰ, থাপৰ,
Bodo: सोबानाइ,
Mising: pinam,
Khasi: thap,
Nagamese: sor, thapor

Example Sentences:

1. মাকে ল'ৰাটোক চৰ মাৰিলে।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-02-16
3. (Material Noun-Neuter) seasonal island formed on a river by the alluvial materials carried by the river নদীৰ বুকুত পলস পৰি সময়ে সময়ে সৃষ্টি হোৱা দ্বীপ