restrictionresultant

result (English) [ IPA: rɪˈzəlt ASM: ৰিজাল্ট]
1. (Verb-Intran.) to spring, arise, or proceed as a consequence of actions, circumstances, premises, কোনো কাৰ্য্য বা পৰিস্থিতিৰ প্ৰভাৱত দেখা দে, আবিৰ্ভাৱ হ বা গতি কৰ্

Contributed by: Swapnita Kakati on 2006-03-17
2. (Abstract Noun) a phenomenon that follows and is caused by some previous phenomenon. পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।