imolimpacted

impact (English) [ IPA: ɪmˈpækt ASM: ইমপেক্ট]
Contributed by: Bikram M Baruah on 2009-08-14
1. (Abstract Noun) [a] a power to affect persons or events; [b] effect (esp. on the mind or feelings), notion or belief (esp. vague or mistaken), imitation of a person or sound, esp. as entertainment. (ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷

Contributed by: Rituraj Saikia on 2006-09-01
2. (Verb-Trans.) To come into contact with force. কিহবাৰ সৈতে জোৰেৰে সংস্পৰ্শ হোৱা।

Contributed by: Rituraj Saikia on 2006-09-01
3. (Abstract Noun) a phenomenon that follows and is caused by some previous phenomenon. পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।