informantInformation Technology

information (English) [ IPA: ˌɪnfərˈmeɪʃən ASM: ইনফৰমেইচন]
1. (Abstract Noun) Knowledge derived from study, experience, or instruction অধ্যয়ন, অভিজ্ঞতা বা প্ৰশিক্ষণৰ দ্বাৰা আয়ত্ত্ব কৰা জ্ঞান

2. (Abstract Noun) Knowledge of specific events or situations that has been gathered or received by communication সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান