বাৰ্ণিছবাৰ্তাজীৱী

বাৰ্তা (Assamese) [ Roman: bar.ta]
1. (Abstract Noun) An announcement (verbal or written) containing information about an event. লোকক জনাবলৈ মুখেৰে দিয়া বাতৰি বা লিখা কাকত ৷

2. (Abstract Noun) a wish or similar information conveyed from one to another via a medium কোনো মাধ্যমৰ জৰিয়তে এজনে আনজনক জনোৱা ইচ্ছা বা তেনে কোনো তথ্য

Contributed by: Anjali Sonowal on 2006-04-03
3. (Abstract Noun) Knowledge of specific events or situations that has been gathered or received by communication সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান