ভু-ভটংভুঁই তিতা

ভু-ভা (Assamese) [ Roman: bhu-bha]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-24
1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-08
2. (Abstract Noun) Knowledge of specific events or situations that has been gathered or received by communication সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান