hahthohhai raukha
hai (Karbi)
1. (Verb-Intran.) to achieve victory in a game or in a war
কোনো খেল বা যুদ্ধত জয় লাভ কৰ৷
English: win,
Assamese: জিক্, জিত্, জিন্, জয় লাভ কৰ্, জয়ী হ, বিজয়ী হ,
Bodo: मोनफुं,
Mising: pak,
Karbi: hai,
Dimasa: de,
Nepali: जीत,
Rabha: জিনি,
Tiwa: ji’ni,
Deori: লবে,

2. (Proper Adj.-Common) one who frequently fight or argue with others
আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷

3. Agriculture(Material Noun-Neuter) A tool used to plough land.
মাটি চহাবলৈ ব্যৱহাৰ কৰা সঁজুলি

hai (Dimasa)
4. (Verb-Trans.) Send off to a destination or for a purpose.
কোনো গন্তব্য স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰ্; যেনেঃ পত্ৰ প্ৰেৰণ কৰ্।