দন্দশূকদন্দুৰী
দন্দুৰা (Assamese) [ Roman: don.du.ra]
fm: দন্দুৰী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-06-01
English: argumentative, bad-tempered, bellicose, choleric, hotheaded, quarrelsome,
Assamese: কন্দলীয়া, কলহপ্ৰিয়, কাজিয়াখোৰ, কুটকুটীয়া, চণ্ডা, টটাটিঙা, দন্দুৰা, বিবাদপ্ৰিয়, মুখৰা,
Bodo: रागाथिउरिया,
Karbi: hai,
Dimasa: namukrao,
Deori: ৰাউমুৱা
দন্দুৰা (Assamese) [ Roman: don.du.ra]
fm: দন্দুৰী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-06-01
1. (Proper Adj.-Common) one who frequently fight or argue with others আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷
Assamese: কন্দলীয়া, কলহপ্ৰিয়, কাজিয়াখোৰ, কুটকুটীয়া, চণ্ডা, টটাটিঙা, দন্দুৰা, বিবাদপ্ৰিয়, মুখৰা,
Bodo: रागाथिउरिया,
Karbi: hai,
Dimasa: namukrao,
Deori: ৰাউমুৱা