প্ৰায়েই (Assamese) [ Roman: pra.yei]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-07-27
    1. (Adverb) occurring repeatedly in a short span of time কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
    Contributed by: Biraj Kumar Kakati on 2009-09-24
    2. (Adverb) Happens commonly or habitually under normal conditions. সাধাৰণ অৱস্থাত সঘনাই ঘটি থকা ৷