জামিনদাৰ (Assamese) [ Roman: ja.min.dar]
    plc: -সকল, dfc: -গৰাকী, -জন
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-07
    1. Legal(Common Noun-Common) a person who gives bail or acts as surety. যিজন ব্যক্তিয়ে আনক জামিনত লয়, অৰ্থাৎ আন এজন ব্যক্তিয়ে কাছাৰীত বিচাৰৰ বাবে হাজিৰ হোৱাৰ কাৰণে নিশ্চয়তা প্ৰদান কৰি তাৰ বাবে প্ৰয়োজনীয় টকা পৰিশোধ কৰিবলৈ দায়িত্ব লয়।