গায়েন (Assamese) [ Roman: ga.yen]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-08
    1. (Material Noun-Neuter) A stick made of wood or iron, that is used to transfer pressure from users' arms to the materials to be pulverized in a mortar কাঠ বা লোৰে নিৰ্মিত মাৰি, যাৰ সহায়ত গোটা বস্তু পটা বা উৰালত খুন্দি গুড়ি কৰা হয়।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
    2. (Material Noun-Neuter) a bundle of thatch used for making roof of a house ঘৰৰ ছাল ছাবলৈ ব্যৱহাৰ কৰা খেৰৰ মুঠি