উৰাল (Assamese) [ Roman: u.ral]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-05
    1. (Material Noun-Neuter) A container usually made of iron or from wood to hold materials to be pulverized for pounding betelnut, pan leaf etc. খাবৰ কাৰণে তামোল বা অন্য তেনে বস্তু গুড়ি কৰা এবিধ কাঠ বা লোহাৰৰ যতন৷
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-10-31
    2. (Material Noun-Neuter) a wooden mortar used for cleaning rice by pounding it with a pestle. কোনো মাৰিৰে ধান খুন্দা ডাঙৰ কাঠৰ যতন৷ সাধাৰণতে জনজাতীয় সমাজত ইয়াক ব্যৱহাৰ কৰা হয়৷